নগাঁও বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন Nagaon University Students' Union General Election · 2026-27
ছাত্ৰ সমাজৰ বাবে, ছাত্ৰ সমাজৰ সৈতে
Students' Welfare Secretary মানেই MUSABBIR JAKARIA
মুছাব্বীৰ জাকাৰিয়া

মুছাব্বীৰ জাকাৰিয়া

নগাঁও বিশ্ববিদ্যালয়
২০২৬-২৭ বৰ্ষৰ ছাত্ৰ একতা সভা সাধাৰণ নিৰ্বাচনত
ছাত্ৰ কল্যাণ সম্পাদক পদৰ প্ৰাৰ্থী
MUSABBIR FOR STUDENTS' WELFARE

মোৰ অগ্ৰাধিকাৰ

ছাত্ৰ-ছাত্ৰীৰ অধিকাৰ আৰু সুবিধা সুনিশ্চিতকৰণ
Ensuring student rights and facilities
স্বাস্থ্য, মানসিক সুস্থতা আৰু পৰামৰ্শ সেৱাৰ সু-ব্যৱস্থা কৰা
Better health, wellbeing & counselling services
ছাত্ৰ-ছাত্ৰীৰ সমস্যা কৰ্তৃপক্ষৰ সন্মুখত সহজে উপস্থাপন
Raising student issues before authorities, easily
ছাত্ৰ-ছাত্ৰী আৰু কৰ্তৃপক্ষৰ মাজত সক্ৰিয় সমন্বয় ৰক্ষা কৰা
Active coordination between students & authority
ছাত্ৰ-ছাত্ৰীৰ অভিযোগৰ বাবে সহজ আৰু সক্ৰিয় ব্যৱস্থা গঢ়া
A simple, active grievance-redressal system
বিশ্ববিদ্যালয়ৰ সৰ্বাংগীন উন্নয়নৰ বাবে কাম কৰা
Working for the university's overall development

আপুনিও সমৰ্থন জনাওক · Show Your Support

নিৰ্বাচনৰ আগতে আপোনাৰ মতামত জনাওক — মুছাব্বীৰক সমৰ্থন কৰক।

students already support Musabbir

MUSABBIR ZAKARIA AS OUR NEXT STUDENTS' WELFARE SECRETARY

আপোনালোকৰ বহুতেই জানে মুছাব্বীৰ কেনেকুৱা এজন মানুহ ❤️

বিশ্ববিদ্যালয়ত প্ৰথম দিনটোৰ পৰাই নিজৰ সাধ্য অনুযায়ী ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰি আহিছে। ছিনিয়ৰৰ পৰা নোট, PYQ সংগ্ৰহ কৰি জুনিয়ৰক যাৰ যেনেকৈ দৰকাৰ তেনেকৈ পঠিওৱাৰ পৰা আৰম্ভ কৰি, পঢ়া-শুনা বা বিশ্ববিদ্যালয়ৰ যিকোনো কথাত কাৰোবাৰ অসুবিধা হ'লে সহায় কৰিবলৈ মুছাব্বীৰ সদায় আগবাঢ়ি আহিছে।

যিসকলক মুছাব্বীৰে কেতিয়াবা অলপ হ'লেও সহায় কৰিছে, তেওঁলোকলৈ অনুৰোধ — এইবাৰ আপোনালোকেও তেওঁৰ কাষত থিয় হওক। আপোনালোকৰ এটা ভোটৰ লগতে আপোনালোকৰ সমৰ্থন আৰু সহযোগিতাই তেওঁক বহুদূৰ আগুৱাই নিব পাৰে। 🙏

আৰু যিসকলৰ ওচৰলৈ এতিয়াও মুছাব্বীৰৰ সহায়ৰ হাতখন পোৱা নাই, তেওঁলোককো অনুৰোধ — এবাৰ সুযোগ দিয়ক, ছাত্ৰ কল্যাণ সম্পাদক হিচাপে আপোনালোকৰ সেৱা কৰাৰ।

মুছাব্বীৰ এজন বিবেচনাশীল, দায়িত্বশীল আৰু সহায় কৰিবলৈ সদায় সাজু থকা মানুহ। কোনো সমস্যাৰ কথা ক'লে শুনিবলৈ, বুজিবলৈ আৰু যিমান পাৰে সিমান সঁহাৰি দিবলৈ তেওঁ সদায় আগ্ৰহী।

সেয়ে কেৱল নিজৰ ভোটটো দিয়াই নহয় — বন্ধু-বান্ধৱী, সহপাঠী আৰু চিনাকি ছাত্ৰ-ছাত্ৰীসকলৰ মাজতো মুছাব্বীৰৰ কথা এবাৰকৈ জনাওক। 🤝

আহক, মুছাব্বীৰ জাকাৰিয়াক একেলগে আগুৱাই লৈ যাওঁ। ❤️ আপোনালোকৰ সমৰ্থনেই তেওঁৰ আটাইতকৈ ডাঙৰ শক্তি।

Your Support Matters ❤️

যিসকলক মুছাব্বীৰে কেতিয়াবা অলপ হ'লেও সহায় কৰিছে, তেওঁলোকলৈ এটা আন্তৰিক অনুৰোধ—এইবাৰ আপোনালোকেও তেওঁৰ কাষত থিয় হওক।

আৰু যিসকলে এতিয়াও মুছাব্বীৰক ভালদৰে চিনি নাপায়, তেওঁলোকলৈও অনুৰোধ– মুছাব্বীৰক এবাৰ সুযোগ দিয়ক—আপোনালোকৰ Students' Welfare Secretary হিচাপে সেৱা কৰাৰ।

আপোনাৰ support কেৱল এটা vote-ত সীমাবদ্ধ নাথাকক। Talk about him. Share his message. Introduce him to your friends and classmates.

যিসকল ছাত্ৰ-ছাত্ৰীয়ে হয়তো এতিয়াও মুছাব্বীৰৰ বিষয়ে নাজানে, তেওঁলোকৰ ওচৰলৈও এই message-টো লৈ যাওক।

মুছাব্বীৰ এনে এজন ছাত্ৰ, যি সদায় ছাত্ৰৰ কাষত থিয় দিয়ে

আপোনালোকৰ বহুতেই মুছাব্বীৰৰ helpfulness-ৰ কথা গমেই পায়। বিশ্ববিদ্যালয়ত প্ৰথম দিনটোৰ পৰাই নিজৰ সাধ্য অনুযায়ী তেওঁ ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰি আহিছে।

Senior-ৰ পৰা Notes আৰু PYQs collect কৰি Junior-সকলক share কৰা, পঢ়া-শুনাৰ ক্ষেত্ৰত কোনো confusion হ'লে সহায় কৰা, বা University-ৰ কোনো বিষয়ত কোনো ছাত্ৰ-ছাত্ৰীয়ে অসুবিধাৰ সন্মুখীন হ'লে solution বিচৰাত সহায় কৰা–মুছাব্বীৰে সদায় আগবাঢ়ি আহিছে।

তেওঁৰ বাবে helping a fellow student is not a favour; it is a responsibility.

Why Musabbir?

মুছাব্বীৰক বহু ছাত্ৰ-ছাত্ৰীয়ে এজন Helpful, Responsible, Responsive, Sensible, Approachable ব্যক্তি হিচাপে জানে।

কোনো সমস্যাৰ কথা ক'লে তেওঁ শুনে, বিষয়টো বুজিবলৈ চেষ্টা কৰে আৰু নিজৰ সাধ্য অনুযায়ী respond কৰে। আগৰেপৰা Help কৰি আহিছে, আগলৈও Help কৰি যাব। হেলিৰ ধুমকেতুৰ ধৰি ভুমুকি মাৰা Candidate মুছাব্বীৰ নহয়, কামৰ মানুহ হয়।

From Helping Students to Representing Students

এজন ছাত্ৰ হিচাপে সহায় কৰাৰ পৰা Students' Welfare Secretary হিচাপে সমগ্ৰ ছাত্ৰসমাজক represent কৰাৰ দায়িত্বলৈ–এয়া মুছাব্বীৰৰ এক পৰৱৰ্তী পদক্ষেপ।

তেওঁৰ লক্ষ্য কোনো ডাঙৰ ডাঙৰ promise দিয়া নহয়। তেওঁৰ লক্ষ্য হৈছে–

1Listen to Students.
2Understand their Concerns.
3Raise Students' Issues.
4Work for Students' Welfare.

এখন এনে University environment গঢ়ি তোলাৰ চেষ্টা কৰা, য'ত প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে অনুভৱ কৰে "আমাৰ কথাও কোনোবাই শুনে।"

17th September
Vote for MUSABBIR JAKARIA
Students' Welfare Secretary
Your Voice. Your Welfare. Your Choice.
আপোনালোকৰ বিশ্বাসেই তেওঁৰ শক্তি।
আপোনালোকৰ সমৰ্থনেই তেওঁৰ সাহস।
আহক, একেলগে গঢ়োঁ এটা Stronger Student Voice. 🤝❤️
সমূহ অগ্ৰজ, অনুজ আৰু সহপাঠীৰ সহায়, সমৰ্থন আৰু সহযোগিতা আন্তৰিকতাৰে কামনা কৰিলোঁ।
আহক আমি সকলোৱে হাতে হাত ধৰি আগবাঢ়োঁ, গঢ়োঁ কল্যাণকামী এক নগাঁও বিশ্ববিদ্যালয়।
সংযোগ কৰক · Connect with Candidate